New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/gold-smaggler_1501967819.jpeg)
প্ৰতীকি ফটো
- হ্ৰাস পালে সোণৰ মূল্য ।
- প্ৰতি ১০ গ্ৰাম সোণত হ্ৰাস পালে ২৭০ টকাকৈ।
- বৰ্তমান প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৩৪,১৮০ টকা।
- আনহাতে হ্ৰাস পালে ৰূপৰ মূল্যও।
- প্ৰতি কেজি ৰূপত হ্ৰাস পালে ৩৩০ টকাকৈ।
- বৰ্তমান প্ৰতি কেজি ৰূপৰ মূল্য ৪১,০৩০ টকা।
প্ৰতীকি ফটো