জিঅ’ৰ অফাৰ, একেলগে কৰক ৬ মাহলৈ ৰিচাৰ্জ…

জিঅ’ৰ অফাৰ, একেলগে কৰক ৬ মাহলৈ ৰিচাৰ্জ…

author-image
asomiyapratidin
New Update
জিঅ’ৰ অফাৰ, একেলগে কৰক ৬ মাহলৈ ৰিচাৰ্জ…

ডিজিটেল ডেস্কঃ জইটোৰ পাছত সিটো অফাৰেৰে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা জিঅ'ই মুকলি কৰিছে আন এক আকৰ্ষণীয় অফাৰ। কিন্তু এই অফাৰ লাভ কৰিব পাৰিব কেৱল জিঅ' ফোন ব্যৱহাৰকাৰী সকলেহে। প্ৰি পেইড প্লেনৰ জৰিয়তে আগবঢ়োৱা এই অফাৰ সমূহ এনেধৰণৰ-

১. জিঅ' ৫৯৪ টকাৰ পেক-

এই পেকটোৰ ব্যৱহাৰকাৰী সকলে লাভ কৰিব ১৬৮ দিনৰ বৈধতা। আন লিমিটেড ডাটা, আনলিমিটেড কলিং, প্ৰতিদিনে ১০০ মেচেজৰ লগতে ০.৫ জি বি হাই স্পীড ইন্টাৰনেট সেৱা আৰু বাকী সময়খিনিত  ইন্টাৰনেটৰ  স্পীড হ'ব  64Kbps।

২. ২৯৭ ৰ টকা পেক-

এই পেকটোৰ বৈধতা ৮৪ দিনৰ। ইয়াত গ্ৰাহকে লাভ কৰিব ৯০০ মেছেজৰ লগতে আনলিমিটেড কলিং আৰু ৬৪ কেবিপিএছ স্পীডৰ ইণ্টাৰনেট সেৱা।