অর্থনীতি শনিবাৰেও বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য… শনিবাৰেও বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য… asomiyapratidin 03 Mar 2019 10:09 IST Follow UsNew Updateপেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত।শনিবাৰেও বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।শনিবাৰে পেট্ৰ'লত ১৪ পইচা আৰু ডিজেলত ১৫ পইচাকৈ বৃদ্ধি পালে। আজি গুৱাহাটীত পেট্ৰ'লৰ মূল্য ৭১.৬২ টকা। আৰু ডিজেলৰ মূল্য ৬৭.৯৬ টকা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক