আজি জি এছ টি পৰিষদৰ ৩১ সংখ্যক বৈঠক

আজি জি এছ টি পৰিষদৰ ৩১ সংখ্যক বৈঠক

author-image
asomiyapratidin
New Update
আজি জি এছ টি পৰিষদৰ ৩১ সংখ্যক বৈঠক

  • আজি অনুষ্ঠিত হ'ব জি এছ টি পৰিষদৰ ৩১সংখ্যক বৈঠক
  • কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব এই বৈঠক।
  • ক্ষুদ্ৰ আৰু মধ্যম বৰ্গৰ ব্যৱসায়ীৰ বাবে আয়কৰ ৰিটাৰ্ণ আৰু ৰিফাণ্ড প্ৰক্ৰিয়াত দেখা দিয়া বাধাক লৈ আলোচনা হ'ব এই বৈঠকত।‍
  • ইয়াৰোপৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা হ'ব এই বৈঠকত।