সুখবৰ, হ্ৰাস পালে ৩ টা স্মাৰ্টফোনৰ মূল্য…

সুখবৰ, হ্ৰাস পালে ৩ টা স্মাৰ্টফোনৰ মূল্য…

author-image
asomiyapratidin
New Update
সুখবৰ, হ্ৰাস পালে ৩ টা স্মাৰ্টফোনৰ মূল্য…

ডিজিটেল ডেস্কঃ গ্ৰাহক সকলৰ বাবে এক সুখবৰ , হ্ৰাস পালে ভি'ভৰ তিনিটা মডেলৰ স্মাৰ্টফোনৰ মূল্য। প্ৰাপ্ত খবৰ অনুসৰি জনপ্ৰিয় স্মাৰ্টফোন নিমাৰ্ণকাৰী প্ৰতিষ্ঠান ভি'ভই ঘোষণা কৰিছে যে তিনিটা মডেল স্মাৰ্টফোন V11 pro, V11 আৰু Y81iৰ মূল্য হ্ৰাস কৰা হৈছে। গ্ৰাহকে অনলাইন যোগে ৰেহাইত মূল্যত ক্ৰয় কৰিব পাৰিব এই ফোনকেইটা-

Advertisment
  • V11 pro ফোনটোৰ পূৰ্বৰ মূল্য  ২৫, ৯৯০ টকা । বৰ্তমান এই ফোনটোৰ মূল্য ২৩, ৯৯০ টকা।
  • V11ৰ পূৰ্বৰ মূল্য ২২,৯৯০ টকা। বৰ্তমান এই ফোনটোৰ মূল্য ১৯,৯৯০ টকা ।
  • Y81iৰ পূৰ্বৰ মূল্য ৮৪৯০ টকা। বৰ্তমান এই ফোনটোৰ মূল্য ৭৯৯০ টকা।