অর্থনীতি সোমবাৰৰ পেট্ৰ’ল-ডিজেলৰ মূল্য… সোমবাৰৰ পেট্ৰ’ল-ডিজেলৰ মূল্য… asomiyapratidin 29 Apr 2019 10:40 IST Follow UsNew Updateফাইল ফটো বৃদ্ধি পালে ডিজেলৰ মূল্য।প্ৰতিলিটাৰত বাঢ়িল ৫ পইচাকৈ।মহানগৰীত আজি প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৭.১১ টকা।আনহাতে পেট্ৰ'লৰ মূল্যৰ হোৱা নাই কোনো পৰিৱৰ্তন।প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭২.৬২ টকা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক