অর্থনীতি শুকুৰবাৰে বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য… শুকুৰবাৰে বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য… asomiyapratidin 22 Mar 2019 12:19 IST Follow UsNew Updateশুকুৰবাৰে বৃদ্ধি পালে পেট্ৰ'লৰ মূল্য। প্ৰতিলিটাৰ পেট্ৰ'লত ৬ পইচাকৈ বৃদ্ধি। গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭২.৩৪ টকা। আনহাতে, ৮ পইচাকৈ হ্ৰাস পালে প্ৰতিলিটাৰ ডিজেলৰ মূল্য। শুকুৰবাৰে গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৭.১৫ টকা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক