/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/maruti-suzuki-wagon-r-1.0-image-9726.png)
ডিজিটেল ডেস্কঃ বজাৰলৈ আহিল মাৰুতি ছুজুকিৰ জনপ্ৰিয় ৱেগনাৰ গাড়ীখনৰ নতুন সংস্কৰণ 'ৱেগনাৰ-আৰ'। জনপ্ৰিয় বাহনখনৰ এই সংস্কৰণটোত পূৰ্বৰ বাহনখনতকৈ কেইবাটাও চিষ্টেম সলনি কৰা হৈছে। বাহনখনৰ ভিতৰভাগৰ ডিজাইনৰ উপৰিও ইয়াৰ আকৃতিও পূৰ্বৰ ৱেগনাৰতকৈ কিছু দীঘল আৰু বহল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/341499-maruti-suzuki-wagonr4.jpg)
মুঠ ৭ টা মডেলত মুকলি কৰা এই গাড়ীখনৰ প্ৰাৰম্ভিক মূল্য হ'ব ৪.১৯ লাখ টকা। ইতিমধ্যে মাৰুতি ছুজুুকিয়ে বুকিং প্ৰক্ৰিয়া আৰম্ভ কৰা গাড়ীখনৰ শীৰ্ষ সংস্কৰণটোৰ নতুন দিল্লীত মূল্য হ'ব ৫.৬৯ লাখ টকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/341495-maruti-suzuki-wagonr1.jpg)
ৰাজধানী চহৰ নতুন দিল্লীত এই গাড়ীখনৰ মূল্য এনেধৰণৰ-
- এল এক্স আই ১.০ লিটাৰ মেনুৱেলৰ মূল্য ৪.১৯ লাখ।
- ভি এক্স আই ১.০ লিটাৰ মেনুৱেলৰ মূল্য ৪.৬৯ লাখ
- ভি এক্স আই এ জি এছ ১.০ লিটাৰ মেনুৱেল ৫.১৬ লাখ।
- ভি এক্স আই ১.২ লিটাৰ মেনুৱেলৰ মূল্য ৪.৮৯ লাখ।
- জেড এক্স আই ১.২ লিটাৰ মেনুৱেলৰ মূল্য ৫.২২ লাখ।
- ভি এক্স আই এ জি এছ ১.২ লিটাৰৰ মূল্য-৫.৩৬ লাখ।
- জেড এক্স আই এ জি এছ ১.২ লিটাৰৰ মূল্য- ৫.৬৯ লাখ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/wagonr_story_647_012717034948.jpg)