২০১৯ত সৰ্বাধিক বিক্ৰী হোৱা গাড়ীখন…

২০১৯ত সৰ্বাধিক বিক্ৰী হোৱা গাড়ীখন…

author-image
asomiyapratidin
New Update
২০১৯ত সৰ্বাধিক বিক্ৰী হোৱা গাড়ীখন…

ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ জানুৱাৰীত মাহত ভাৰতত বিক্ৰী হোৱা সৰ্বাধিক গাড়ীৰ তালিকাত ডিজায়াৰক অতক্ৰমি শীৰ্ষস্থান দখল কৰিছে মাৰুতি ছুজুকি অল্ট' গাড়ীখনে। এইবাৰৰ তালিকাত আটাইকেইটা স্থানেই দখল কৰিছে মাৰুতি ছুজুকি আৰু হুণ্ডাই গাড়ীয়ে।

তালিকাত মাৰুতিৰ ৭ খন গাড়ীৰ ক্ৰমে অল্ট', ডিজায়াৰ, ছুইফট, বালেনো, ভিটাৰা, ব্ৰেজা, ৱাগনাৰ আৰু চিলেৰিঅ'ই। আনহাতে এই তালিকাত থকা হুণ্ডাইৰ গাড়ীকেইৰখন হৈছে ইলাইট টি-২০, ক্ৰেটা আৰু গ্ৰেণ্ড আই-১০। তালিকাৰ দ্বিতীয় স্থানত মাৰুতি ডিজায়াৰ, তৃতীয়ত ছুইফট আৰু প্ৰথম স্থানত আছে অল্ট' গাড়ীখন।