অর্থনীতি মুখ্য-পৃষ্ঠা বাহনত ভৰোৱাৰ পূৰ্বে জানি লওক শুকুৰবাৰৰ পেট্ৰ’ল-ডিজেলৰ মূল্য বাহনত ভৰোৱাৰ পূৰ্বে জানি লওক শুকুৰবাৰৰ পেট্ৰ’ল-ডিজেলৰ মূল্য asomiyapratidin 01 Mar 2019 09:19 IST Follow UsNew Updateশুকুৰবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ দাম। প্ৰতিলিটাৰ পেট্ৰ'লত ৯ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ১৩ পইচাকৈ। গুৱাহাটীত শুকুৰবাৰে প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৭১.৩৫ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম হ'লগৈ ৬৭.৬৫ টকা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক