Authors
/asomiyapratidin/media/member_avatars/2025/04/02/2025-04-02t093113251z-whatsapp-image-2025-03-21-at-44729-pm.jpeg)
ৰিম্পী গগৈ
ৰিম্পী গগৈ এগৰাকী সংবাদকৰ্মী তথা লিখক। গীতিকাৰ হিচাপেও ৰিম্পীৰ আছে সুকীয়া পৰিচয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ৰিম্পীয়ে ২০১৮ চনৰ পৰা আকাশবাণী ডিব্ৰুগড়ৰ জৰিয়তে সাংবাদিকতাৰ যাত্ৰা আৰম্ভ কৰে। বাতৰিৰ ক্ষেত্ৰত ৰাজনৈতিক, সামাজিক বিষয়বস্তুক অধিক প্ৰাধান্য দিয়ে।