New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/zubeen-3.jpg)
- আজি গুৱাহাটীলৈ এয়াৰ এম্বুলেঞ্চযোগে অনা হ'ব জুবিনক।
- দুপৰীয়া ৩.৩০ বজাত গুৱাটীলৈ অনা হ'ব জুবিনক।
- প্ৰয়োজনত বিশেষ বিমানেৰে গুৱাহাটীলৈ বা অন্য স্থানলৈ নিয়া হ'ব জুবিনক।
- এই কথা ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
- বাথৰুমত পৰি মূৰত ৫ টা চিলাই লাগিছে জুবিনৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us