অসম গুৱাহাটী ফিল্মফেয়াৰত মুখ্যমন্ত্ৰীৰ সৈতে কিয় ফটো উঠিছিল জুবিনে, শুনক তেওঁৰ মুখেৰেই… ফিল্মফেয়াৰত মুখ্যমন্ত্ৰীৰ সৈতে কিয় ফটো উঠিছিল জুবিনে, শুনক তেওঁৰ মুখেৰেই… asomiyapratidin 16 Feb 2020 23:39 IST Follow UsNew Updateমুখ্যমন্ত্ৰীৰ সৈতে ফিল্মফেয়াৰত উঠা ফটো ভাইৰেল হোৱাৰ প্ৰসংগত জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া।'সৰ্বাদাৰ সৈতে মোৰ পুৰণি চিনাকি।''তেওঁক লগ পালে মাত এষাৰ দিবই লাগিব।''মই অনুষ্ঠানটোত এঘন্টামান থাকি গুচি আহিলো।''কোনোবাই ফটো তুলি দিছে, সেইটোক লৈ বিতৰ্ক হ'বলৈ একো নাই।''CAA আন্দোলন অব্যাহত থাকিব।''ফিল্মফেয়াৰলৈ গ'লো যদিও কা বিৰোধ কৰি থাকিম।''কা বিৰোধী স্থিতি সলনি নকৰো।''যিটো বেয়া পাওঁ খোলাকৈ ক'ম।''য়িটো ভালপাওঁ খোলাকৈ ক'ম।''প্ৰতিবাদ অব্যাহত থাকিব।''পৰীক্ষাৰ বাবে আন্দোলন কেইদিনমান অব্যাহত থকা নাই।'আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক
ফিল্মফেয়াৰত মুখ্যমন্ত্ৰীৰ সৈতে কিয় ফটো উঠিছিল জুবিনে, শুনক তেওঁৰ মুখেৰেই…
ফিল্মফেয়াৰত মুখ্যমন্ত্ৰীৰ সৈতে কিয় ফটো উঠিছিল জুবিনে, শুনক তেওঁৰ মুখেৰেই…