বন্ধুক বচাবলৈ গৈ পানীত পৰি সন্ধানহীন যুৱক…

বন্ধুক বচাবলৈ গৈ পানীত পৰি সন্ধানহীন যুৱক…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

  • তেজপুৰ ফৰেষ্ট ঘাটত ব্রহ্মপুত্রত পৰি সন্ধানহীন যুৱক।
  • সন্ধাহনহীন যুৱকজনৰ নাম বাবু আলী খান।
  • দেওবাৰ সংঘটিত হয় এই ঘটনা।
  • তিনি বন্ধুৰ সৈতে ফৰেষ্ট ঘাটত সুৰাপান কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।
  • সুৰাপান কৰি নদীত সাঁতুৰিছিল দুই বন্ধুৱে।
  • আবেদ আলী আৰু ৰিংকু আলীয়ে সাঁতুৰিছিল ব্রহ্মপুত্রত।
  • সাঁতুৰি থকা অৱস্থাত পানীত ডুব যায় আবেদ আলী।
  • আবেদ আলীক বচাবলৈ গৈ পানী পৰি উটি যায় বাবু আলী খান।
  • দুই বন্ধুৰ বিৰুদ্ধে পৰিকল্পিত হত্যাৰ অভিযোগ বাবুৰ পৰিয়ালৰ।
  • আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্রকৃত তথ্য।
assam tezpur