New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/6431eb4a-c9d1-4172-8db8-9f99f9d563b7/pic_eimuhurtor_khobor_copy.jpg)
কৰিমগঞ্জৰ পাথাৰকান্দিত আৰক্ষীৰ বৃহৎ সফলতা ।
প্রায় ২কোটি টকাৰ য়াবা টেবলেট জব্দ ।
২০ হাজাৰ য়াবা টেবলেটৰ লগতে ১ কিলোগ্রাম হেৰ’ইন জব্দ ।
চাবোনৰ ৬৫টাকৈ কেচত ৰখা হৈছিল হেৰ’ইনখিনি ।
দক্ষিণ কেউটি গাঁৱত আৰক্ষীয়ে চলাইছিল অভিযান ।
ঘটনা সন্দৰ্ভত ফৰিজউদ্দিন নামৰ এজনক আটক ।