বিশ্ব ৰেডিঅ’ দিৱস ২০২১…

বিশ্ব ৰেডিঅ’ দিৱস ২০২১…

author-image
asomiyapratidin
New Update
বিশ্ব ৰেডিঅ’ দিৱস ২০২১…

ডিজিটেল ডেস্কঃ অসংখ্য নতুন প্লেটফৰ্ম আৰু হোৱাটচ এপৰ দৰে মাধ্যম থকাৰ সময়তো ৰেডিঅ' যোগাযোগৰ আটাইতকৈ স্থিতিস্থাপক আৰু সূদূৰপ্ৰয়াসী মাধ্যম হিচাপে বৰ্তী আছে। ১১০ বছৰীয়া পুৰণি ৰেডিঅ'ৰ ইতিহাস। ৰাষ্ট্ৰসংঘৰ মতে, ৰেডিঅ'ক মানৱতাৰ ইতিহাসৰ অংশ হিচাপে উদযাপন কৰে বিশ্ববাসীয়ে।

Advertisment

উল্লেখ্য যে, কোভিড মহামাৰীৰ সময়তো বিশ্বক খবৰ দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৰেডিঅ'ই। অন্যহাতে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ মত কী বাতেও যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে গণমাধ্যমত।

২১ বৰ্ষত বিশ্ব ৰেডিঅ' দিৱস বিশ্বজুৰি উদযাপিত হৈছে তিনিটা বিশেষ বিষয়বস্তুক লৈ। সংশোধন,উদ্ভাৱন আৰু সংযোগ।উল্লেখ্য যে ২০১১ চনত ইউনেস্কোৰ সদস্য ৰাষ্ট্ৰসমূহৰ দ্বাৰা আৰম্ভ কৰা হৈছিল বিশ্ব ৰেডিঅ' দিৱস আৰু ২০১২ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ইয়াক এক আন্তৰ্জাতিক দিৱস হিচাপে গ্ৰহণ কৰিছিল।