New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3d6545df-82d1-4043-b882-cee975962648/aimu.jpg)
কলিয়াবৰৰ নিজৰিত মহিলাৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
ফাৰ্মাচিষ্টৰ ভুল চিকিৎসাত মহিলাগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ
জামাল নামৰ ফাৰ্মাচিষ্টজনৰ বিৰুদ্ধে এই অভিযোগ
দুদিন ধৰি জ্বৰত আক্রান্ত হৈ আছিল মহিলাগৰাকী
মহিলাগৰাকীক এটা চেলাইনসহ ১১টা বেজী দিছিল
এই অভিযোগ মহিলাগৰাকীৰ স্বামী কৰ্ণেলিষ্ট কেৰ্কেটাইৰ
বৰ্তমান পলাতক জামাল নামৰ ভুৱা ফাৰ্মাচিষ্টজন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us