অসম মুখ্য-পৃষ্ঠা শিশু চুৰি কৰাৰ সন্দেহত ২ মহিলা আটক… শিশু চুৰি কৰাৰ সন্দেহত ২ মহিলা আটক… asomiyapratidin 28 Jul 2022 10:03 IST Follow UsNew UpdateGMCHত শিশু চুৰি কৰাৰ সন্দেহত দুগৰাকী মহিলাক আটক।GMCHৰ নিৰাপত্তাৰক্ষীয়ে আটক কৰে দুগৰাকী মহিলাক।ধৃত মহিলাদ্বয় প্রমিলা ডেকা, বিজিতা দাস।ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল GMCH কৰ্তৃপক্ষৰ।বুধবাৰে নিশা আটক দুই মহিলা। assam gmchআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক