বোৱাৰীৰ আত্মহত্যাক কেন্দ্র কৰি তিনিচুকীয়াত উত্তপ্ত পৰিস্থিতি

তিনিচুকীয়াৰ জাগুনৰ উদয়পুৰত উত্তপ্ত পৰিস্থিতি।

author-image
Asomiya Pratidin
New Update
বোৱাৰীৰ আত্মহত্যাক কেন্দ্র কৰি তিনিচুকীয়াত উত্তপ্ত পৰিস্থিতি

  • তিনিচুকীয়াৰ জাগুনৰ উদয়পুৰত উত্তপ্ত পৰিস্থিতি।

  • এগৰাকী বোৱাৰীৰ আত্মহত্যাক কেন্দ্র কৰি এই পৰিস্থিতি।

  • উত্তেজিত জনতাই ক্ষতিগ্রস্ত কৰে মহিলাগৰাকীৰ স্বামী গৃহৰ।

  • মহিলাগৰাকীৰ স্বামীৰ নাম প্রশান্ত কাটোৱাল।

  • পৰিস্থিতি নিয়ন্ত্রণৰ বাবে আৰক্ষীৰ শূন্যলৈ গুলীচালনা।

  • বৰ্তমানেও নিয়ন্ত্রণ হোৱা নাই পৰিস্থিতি।

assam Assam police tinsukia