/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/0e4dbbc2-a3ab-40bd-9fbd-b59a469f31e8/CRIME_09.jpg)
-
ৰূপহীহাটৰ মাজুলীত চাঞ্চল্যকৰ অপহৰণ কাণ্ড।
-
একে পৰিয়ালৰ দুই ভগ্নীক অপহৰণ চাৰিজনীয়া দুৰ্বৃত্তৰ।
-
বিয়াৰ প্রস্তাৱ নাকচ কৰাৰ বাবেই অপহৰণৰ অভিযোগ।
-
ঘৰত চোকা অস্ত্রলৈ প্রৱেশ কৰি উঠাই নিয়ে দুই ভগ্নীক।
-
দেওবাৰে সংঘটিত হয় এই ঘটনা।
-
দুৰ্বৃত্তকেইটা মাজুলীৰ আব্দুল হান্নান, ইন্নচ আলী, জিয়াবুৰ ৰহমান আৰু ফুজাইল আহমেদ বুলি জানিব পৰা গৈছে।
-
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।