ব্ৰজ্ৰপাতত মহিলা আহত…

ব্ৰজ্ৰপাতত মহিলা আহত…

author-image
asomiyapratidin
New Update
অচিনাক্ত বাহনৰ খুন্দাত নিহত দুই বাইক আৰোহী…

ডিজিটেল সংবাদ,ৰূপহীহাটঃ ৰূপহীহাটৰ তেলিয়াচাপৰি টুপ গাঁৱৰ জনৈক মাইনুল হকৰ ঘৰত শনিবাৰে বিয়লি ব্ৰজ্ৰপাতত এগৰাকী মহিলা গুৰুতৰ ভাবে আহত হয় ৷ মহিলা গৰাকীৰ নাম আয়েশা ছিদ্দিকা বুলি জানিব পৰা গৈছে।

Advertisment

প্ৰাপ্ত খবৰ মতে উক্ত ব্ৰজ্ৰপাতত বিদ্যুৎৰ তাঁৰত অগ্নি সংযোগ হয় । অগ্নি কাণ্ডত কথমপি ৰক্ষা পৰে মাইনুল হকৰ বাসগৃহ । আহত মহিলা গৰাকীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

assam rupohighat