/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/551e7958-6bdf-4f10-80ac-2cd192c75fa6/mannn.jpg)
প্ৰতীকি ফটো mankachar elephant
বোকাখাতৰ পানবাৰী আদৰ্শ গাঁৱত অঘটন।
বন্যহস্তীৰ আক্ৰমনত নিহত এগৰাকী মহিলা।
পথাৰৰ পৰা গৰু আনিবলৈ যোৱা অৱস্থাত অতৰ্কিতে বন্যহস্তীৰ আক্ৰমন মহিলা গৰাকীক।
গুৰুতৰ ভাৱে আহত মহিলা গৰাকীক ততাতৈয়াকৈ বোকাখাত স্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি।
চিকিৎসালয়তে মৃত্যু মহিলা গৰাকীৰ।
নিহত মহিলা গৰাকীৰ নাম ৰীনা দাস(৪৫)।