হাজোত শুৱনি কোঠাৰ পৰা উদ্ধাৰ মহিলাৰ মৃতদেহ ...

মহিলাগৰাকীৰ মৃত্যুক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীৰ পৰিয়ালে। অবৈধ প্ৰেমৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ...

author-image
Asomiya Pratidin
New Update
1
  • এগৰাকী মহিলাৰ মৃত্যুক লৈ উত্তপ্ত হাজোৰ বুল্লুট বজাৰ 
  • স্বামী পৰিয়ালে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ মাতৃ পৰিয়ালৰ
  • মৃত মহিলা গৰাকীৰ নাম মাৰ্জিয়ানা বেগম
  • শুৱনি কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ মাৰ্জিয়ানাৰ মৃতদেহ
  • অবৈধ প্ৰেমৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ
  • স্বামী ঘৰত নথকা সময়তে ঘটিছিল এই ঘটনা
হাজো