New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
নাহৰকটীয়াৰ তিপামত পথ দুৰ্ঘটনা।
শুকুৰবাৰে দিনৰ ভাগত সংঘটিত হয় এই পথ দুৰ্ঘটনা।
শ্রমিক কঢ়িয়াই নিয়া এখন বলেৰ’ পিকআপ ভান দুৰ্ঘটনাত পতিত।
থিতাতে নিহত চানজা গোৱালা নামৰ এগৰাকী মহিলা শ্রমিক।
গুৰুতৰভাৱে আহত আন ১৪ গৰাকী শ্রমিক।
আহতসকলক চিকিৎসালয়ত ভৰ্তি।