New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/31f03817-139c-475b-9f79-61805b7d880b/111.jpg)
কলিয়াবৰৰ হাতীগাঁও চাহ বাগিচাত বনৰীয়া হাতীৰ সন্ত্রাস
বাগিচাত কৰ্মৰত ৫ শ্রমিকক আক্রমণ বনৰীয়া হাতীৰ
হাতীৰ আক্রমণত লক্ষ্মণ মিঞ্জ নামৰ এজন শ্রমিক নিহত
গুৰুতৰভাৱে আহত ৪ জন শ্রমিক
সংকটজনক অৱস্থাত দুজনক তেজপুৰলৈ প্রেৰণ
Also Read: চিলাপথাৰ, আৰ্চিপথাৰত উপায়ুক্তৰ ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us