New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/837465d0-e355-4dfe-9caa-440a765681f8/111.jpg)
লংকাৰ নখুঁটিত বনৰীয়া হাতীৰ উপদ্রৱ
১নং চাৰ্কেবস্তিত এজন লোকৰ বাসগৃহ লণ্ডভণ্ড
লোকজনৰ নাম নজৰুল ইছলাম
হাতীৰ আক্রমণত আহত পৰিয়ালটোৰ ৪জনকৈ সদস্য
আহত লোক সকলৰ মাজত আছে দুটি শিশুও
ঘটনাস্থলীত উপস্থিত বন বিভাগৰ লোক
আহতসকলক লংকা অসামৰিক চিকিৎসালয়ত ভৰ্তি
আৰু পঢ়ক : গুৱাহাটী বিশ্ববিদ্যালয়ত ৰেগিংঃ এখন কাণ বিকল হ'ল ছাত্ৰৰ...