New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- ক্ষেত্রীৰ ৰেৱামহেশ্বৰত বনৰীয়া হাতীৰ সন্ত্রাস।
- ৰেৱামহেশ্বৰৰ লিচু বাগানত বন্যহস্তীৰ জাকে চলাইছে সন্ত্রাস।
- অঞ্চলটোৰ বাৰীৰ কলগছ তহিলং কৰে হাতীৰ জাকটোৱে।
- শংকিত হৈ পৰিছে স্থানীয় ৰাইজ।
- শনিবাৰৰ নিশাৰ পৰাই হাতীৰ উপদ্রৱ অব্যাহত।
- বৰ্তমানেও উপস্থিত হোৱা বন বিভাগৰ লোক।