/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/97153643-f75f-4ee9-8d7b-a6614da8fd0c/agranii.jpg)
পুনৰ ৰে'লৰ খুন্দাত নিহত হ'ল বন্যহস্তী...
ডিজিটেল ডেস্কঃ পুনৰ ৰে'লৰ খুন্দাত মৃত্যু হ'ল বন্যহস্তীৰ। মৰিয়নিত ৰে'লৰ খুন্দাত নিহত হ'ল এটা বন্যহস্তী।
নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হ'ল হাতীটোৰ। জানিব পৰা মতে ৰে'লপথত এটা হাতীৰ জাকে অৱস্থান গ্ৰহণ কৰিছিল।
যাৰ বাবে আৱদ্ধ হৈ পৰে ৰে'লখন। গিৱণ অভয়াৰণ্যৰ মাজত আৱদ্ধ হৈ পৰা ৰে'লখনৰ পৰা খুন্দাতে হাতীৰ জাকটোৰে এটা হাতীৰ মৃত্যু হয়।
ক্লিক কৰি পঢ়কঃ পাঠানঃ মুক্তিৰ প্ৰথম দিনটোত কিমান কোটি টকা কৰিলে উপাৰ্জন ?