New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/3e79f0db-d8f4-4b25-bf7f-af12726a315c/111.jpg)
জখলাবন্ধাৰ বাঘজানত অঘটন ।
বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু ।
খেতিপথাৰত সংযোগ কৰা বৈদ্যুতিক তাঁৰত লাগি মৃত্যু হাতীটোৰ ।
স্থানীয় লোকৰ ভাষ্য অনুসৰি বিদ্যুৎস্পৃষ্ট হৈ হোৱা নাই মৃত্যু ।
বানেশ্বৰ বন শিবিৰত এই ঘটনা ।
ঘটনাস্থলীত উপস্থিত বন বিভাগৰ লোক ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us