ৰাজ্যত পুনৰ মৃত্যু বন্য হস্তীৰ...

ৰাজ্যত পুনৰ মৃত্যু বন্য হস্তীৰ...
  • জখলাবন্ধাৰ বাঘজানত অঘটন ।

  • বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু ।

  • খেতিপথাৰত সংযোগ কৰা বৈদ্যুতিক তাঁৰত লাগি মৃত্যু হাতীটোৰ ।

  • স্থানীয় লোকৰ ভাষ্য অনুসৰি বিদ্যুৎস্পৃষ্ট হৈ হোৱা নাই মৃত্যু ।

  • বানেশ্বৰ বন শিবিৰত এই ঘটনা ।

  • ঘটনাস্থলীত উপস্থিত বন বিভাগৰ লোক ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in