বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে প্ৰাণ গ'ল বন্য হস্তীৰ...

কলীয়াবৰত বনৰীয়া হাতীৰ মৃত্যু।

author-image
Asomiya Pratidin
New Update
বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে প্ৰাণ গ'ল বন্য হস্তীৰ...

  • কলীয়াবৰত বনৰীয়া হাতীৰ মৃত্যু।

  • মঙলবাৰে মৃত্যু হয় বন্য হস্তীটোৰ।

  • টপাহোলাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হাতীটোৰ।

  • বিদ্যুৎ বিভাগৰ ছিগা তাঁৰত লগাৰ ফলতে সংঘটিত এই ঘটনা।

  • বিদ্যুৎ বিভাগে মেৰামতি কৰা নাছিল ১১ হাজাৰ ভ’ল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ।

assam dead elephant