/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/c54a5642-45e5-450b-bc41-6aba8bf60ba0/agranii.jpg)
agrani khabar agrani khabar
ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাট।
এইবাৰ নাহৰকটীয়াত হাতী মানুহৰ ভয়ংকৰ সংঘাট।
বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্য বিচাৰি অহা হাতীয়ে চলাইছে সন্ত্ৰাস।
হাতীৰ আক্ৰমণত নিহত হৈছে এজন লোক।
নিহত লোকজনৰ নাম বন্ধন ওৰাং।
নাহৰকটীয়াৰ অসম অৰুণাচল সীমান্তত এই ঘটনা।
নামচাং চাহ বাগিচাৰ পুৱেৰণ বস্তিত হাতীয়ে চলালে এই সন্ত্ৰাস।