New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/9f25795c-bd23-4c8a-9416-26e3b6a7a50e/91.jpg)
প্ৰতীকি ফটো
কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত অঘটন।
বনৰীয়া ম’হৰ আক্রমণত নিহত বনকৰ্মী, আহত এজন।
নিহত লোকজনৰ নাম অপু মমিন।
দুয়োগৰাকী বন বিভাগৰ হাতীৰ মাউত।
আহত বনকৰ্মীজনৰ নাম সোনমণি ৰাভা।
আহত সোনমণি ৰাভাক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি।
Also Read: বোৱাৰীৰৰ প্ৰহাৰত প্ৰাণ গ'ল শাহুৱেকৰ...