অসম
বাল্য বিবাহৰ চাঞ্চল্যৰ মাজতেই আত্মহত্যা মহিলাৰ
বাল্য বিবাহৰ চাঞ্চল্যৰ মাজতেই আত্মহত্যা মহিলাৰ
ৰাজ্যজুৰি অব্যাহত আছে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান
ইয়াৰ মাজতেই বাল্য বিবাহক কেন্দ্ৰ কৰি আত্মহত্যা বিধৱা মহিলাৰ
এই দুৰ্ভগীয়া ঘটনা সংঘটিত হয় মানকাচৰত
দুৰ্ভগীয়া মহিলা গৰাকীক কম বয়সতেই বিয়া দিছিল পিতৃয়ে
দুবছৰ পূৰ্বে ক'ভিডত মৃত্যু হৈছিল স্বামীৰ
এতিয়া চৰকাৰৰ অভিযানত পিতৃ গ্ৰেপ্তাৰ হোৱাৰ আশংকাত আত্মহননৰ পথ বাচি লয় মহিলা গৰাকীয়ে