New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/nogaon.jpg)
- নগাঁও সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈৰ অগ্ৰগতি।
- কিছুসময় পিছতে ওলাব চূড়ান্ত ফলাফল।
- বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাতকৈ ১৮৩৭৭টা ভোটত আগবাঢ়ি আছে প্ৰদ্যুত বৰদলৈ।
- দুয়োজন প্ৰাৰ্থীৰ মাজত হৈছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা।
- ঘনে ঘনে সলনি হৈছে দৃশ্যপট।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us