কোন ক’ত আগবাঢ়িছে, পিছ পৰিছে

কোন ক’ত আগবাঢ়িছে, পিছ পৰিছে

author-image
asomiyapratidin
New Update
এতিয়ালৈকে কোন কোন নিৰ্বাচনী ৰণত পৰিল

  • হেমা মালিনী আগবাঢ়ি আছে মথুৰাত।
  • ভূপালত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী প্ৰজ্ঞা সিং ঠাকুৰ।
  • কেৰালাৰ ৱায়ানাডত ৰাহুল গান্ধী আগবাঢ়ি আছে।
  • কংগ্ৰেছ নেতা চলমান কুৰেশ্বী পিছপৰি আছে ফাৰুকাবাদত।
  • ৰায়গঞ্জত কংগ্ৰেছ নেত্ৰী দীপা দাসমুঞ্চী পিছ পৰি আছে।
  • বাহাৰামপুৰত পিছ পৰি আছে কংগ্ৰেছ নেতা অভিনন্দন চৌধুৰী।
  • নৰ্থ ইষ্ট দিল্লীত পিছ পৰি আছে শীলা দিক্ষিত।
  • কংগ্ৰেছ নেৌতা কীৰ্তি আজাদ পিছ পৰি আছে ধানবাদত।
  • নেশ্যনেল উৰ্ধমসিং নগৰত পিছ পৰি আছে হৰিশ ৰাৱট।
  • চিপিএমত এম বি ৰাজেশ পিছ পৰি আছে পালাকাট।
  • চেন্নাই চেন্ট্ৰেলত ডিএম কে নেতা দয়ানিধি আগবাঢ়ি আছে।
  • ডিএমকে নেতা হানিমুজি কৰুণানিধি আগবাঢ়ি আছে থউ থু খুদীত।
  • আই এন এল ডিৰ প্ৰাৰ্থী অৰ্জুন সিং চোতালা পিছ পৰি আছে।
  • জেডিএছৰ নেতা তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী এইছ ডি দেৱগৌড়া পিছ পৰি আছে টুংকুৰত।
  • শ্ৰীনগৰত ফাৰুক আব্দুল্লা আগবাঢ়ি আছে।
  • জেএমএমৰ নেতা শিৱুছ চোৰেন আগবাঢ়ি আছে ডুমকাত।
  • এনচিপিৰ নেতা পাৰ্থ পাৱাৰ আগবাঢ়ি আছে মাৱালত।
  • তুৰাত আগবাঢ়ি আছে এনপিপি নেতা আগাথা কে চাংমা।
  • ফিৰোজাবাদত পিছ পৰি আছে পিএছপিএলৰ নেতা চিব্বাল সিং যদৱ।
  • আগবাঢ়ি আছে ৰামপুৰত আজম খান।
  • মুজাফ্ফানগৰত আগবাঢ়ি আছে আৰএলডি নেতা অজিত সিং।
  • আজমগঢ়ত আগবাঢ়ি আছে এছপি নেতা অখিলেশ যদৱ।
  • আচাঞ্চলত পিছ পৰি আছে টিএমচি নেত্ৰী মুনমুন সেন।
  • সুন্দৰগড়ত আগবাঢ়ি আছে বিজেপি নেতা জুৱেল ওৰাম।
  • মুম্বাইৰ নৰ্থ চেন্ট্ৰেলত পিছ পৰি আছে প্ৰিয়া দত্ত।
  • আনন্দ পুৰ চাহেবত আগবাঢ়ি আছে মনীষ তিৱাৰী।
  • ৰায়বৰেলীত আগবাঢ়ি আছে ছোনীয়া গান্ধী।
  • ফাতেহপুৰত পিছ পৰি আছে ৰাজ বাব্বৰ।
  • লক্ষ্ণৌত আগবাঢ়ি আছে কেন্দ্ৰিয় গৃহমন্ত্ৰী ৰাজনাথ সিং।
  • ইষ্ট দিল্লীত আগবাঢ়ি আছে গৌতম গম্ভীৰ।
  • পিছ পৰি আছে কংগ্ৰেছ নেত্ৰী মীৰা কুমাৰ।
  • শিলচৰত পিছ পৰি আছে কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱ।
  • পিছ পৰি আছে পাটনা চাহিবত শত্ৰুঘ্ন সিংহা।
  • গোলবাগত পিছ পৰি আছে মল্লিকাৰ্জুন খাড়গে।
  • পিছ পৰি আছে কংগ্ৰেছ নেতা এন বিৰাপ্পা মল্লী চিকবালপুৰত।
  • হায়দৰাবাদত পিছ পৰি আছে আছাহৰুদ্দিন ওৱেশ্বী।
  • গান্ধীনগৰত আগবাঢ়ি আছে অমিত শ্বাহ।
  • বাৰানসীত আগবাঢ়ি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • আমেথিত আগবাঢ়ি আছে স্মৃতি ইৰাণী।
  • মুম্বাই নৰ্থত পিছ পৰি আছে উৰ্মিলা মাতোণ্ডকাৰ।
  • গুৰুদাসপুৰত আগবাঢ়ি আছে ছানী দেউল।
  • নাগপুৰত আগবাঢ়ি আছে নীতিন গাডকাৰী।
  • তিৰুৱানন্তপুৰমত আগবাঢ়ি আছে শশী থৰুৰ।
  • বেগুচৰাইত পিছ পৰি আছে কানহাইয়া কুমাৰ।