ব্ৰহ্মপুত্ৰ গেষ্ট হাউছত হোৱা জৰুৰীকালীন বৈঠকৰ পিছত কি ক’লে মুখ্যমন্ত্ৰী সোণোৱালে!

ব্ৰহ্মপুত্ৰ গেষ্ট হাউছত হোৱা জৰুৰীকালীন বৈঠকৰ পিছত কি ক’লে মুখ্যমন্ত্ৰী সোণোৱালে!

author-image
asomiyapratidin
New Update
কোভিডত আক্ৰান্ত হৈ অসম এছ’ছিয়েচনৰ গুড়গাঁৱৰ প্রতিষ্ঠাপক সভাপতি মৃদুল ভূঞাৰ মৃত্যু…

  • সোমবাৰে মুখ্যমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত হৈছিল এখন জৰুৰীকালীন বৈঠক।
  • অসমৰ কোৰোনাকালীন বিষয় সন্দৰ্ভত আলোচনা হৈছিল বৈঠকত।
  • বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী সোণোৱালে সংবাদ মাধ্যমৰ আগত আগবঢ়াই মন্তব্য।
  • সকলোৱে সতৰ্ক হ'বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।
  • পুনৰ লকডাউনৰ মাজলৈ যাতে যাব লগা নহয়, তাৰবাবে সকলোকে সচেতন হ'বলৈ আহ্বান সোনোৱালৰ।
  • মঙলবাৰে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে সংবাদমেল সম্বোধন কৰিব।
  • সংবাদমেলত ঘোষণা কৰা হ'ব নতুন নীতি-নিৰ্দেশনা।
  • মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চু়ড়ান্ত পৰীক্ষা সন্দৰ্ভতো আলোচনা হ'ব।