আৰক্ষীৰ সাফল্য! জব্দ বৃহৎ পৰিমানৰ মণিপুৰী গাঞ্জা…

আৰক্ষীৰ সাফল্য! জব্দ বৃহৎ পৰিমানৰ মণিপুৰী গাঞ্জা…
  • বোকাজানৰ বৰপথাৰ আৰক্ষীৰ পুনৰ বৃহৎ সাফল্য ৷
  • যাত্ৰী বাহী বাছৰ পৰা বৃহৎ পৰিমানৰ মণিপুৰী গাঞ্জা জব্দ ৷
  • ডিমাপুৰ গোলাঘাট অভিমুখী AS12AC3477 নম্বৰৰ বাছৰ পৰা ৫২ কেজি গাঞ্জা জব্দ কৰে আৰক্ষীয়ে ৷
  • বৰপথাৰ আৰক্ষীৰ নাকা চেকৰ পৰা জব্দ কৰে উক্ত গাঞ্জা খিনি ৷
  • গাঞ্জা খিনিৰ সৈতে এটা সৰবৰাহকাৰী আটক কৰে আৰক্ষীয়ে ৷
  • আজমল হুচেইন নামৰ সৰবৰাহকাৰীটোৱে গাঞ্জা খিনি নগাঁৱলৈ সৰবৰাহ কৰিছিল বুলি জানিব পৰা গৈছে ।
  • জব্দকৃত গাঞ্জা খিনিৰ বজাৰ মূল্য পাচঁ লাখৰো অধিক হ'ব বুলি জানিব পৰা গৈছে ৷

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in