ভোট দিবলৈ যোৱাৰ আগতে জানি লওক ক’ত কিমান তাপমান…

ভোট দিবলৈ যোৱাৰ আগতে জানি লওক ক’ত কিমান তাপমান…

author-image
asomiyapratidin
New Update
৫ বজাৰ পাছতো তেজপুৰত ভোটদানৰ বাবে দীঘলীয়া শাৰী…

ফাইল ফটো

ডিজিটেল ডেস্কঃ ভোট দিবলৈ যাব৷ পিছে বতৰৰ কাথাতো এবাৰ ভাবিব৷ ফৰকাল বতৰ৷ ৰ'দৰ প্ৰকোপ যথেষ্ট৷ সেহেয়ে যাওতে হাতত ছাটি, জাপি নিবলৈ নাপাহৰিব৷ দিনৰ ডেৰ বজাত অসমৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৫ সমষ্টিৰ তাপমান কিমান, সেয়া এবাৰ জানি লওক৷

১. তেজপুৰঃ
তাপমান- ৩০ ডিগ্ৰী চেলচিয়াছ৷
আদ্ৰতা- ৫০ শতাংশ৷
বতাহ- ৬ কিঃমিঃ প্ৰতি ঘন্টাত৷

২. ডিব্ৰুগড়ঃ
তাপমান- ২৮ ডিগ্ৰী চেলচিয়াছ৷
আদ্ৰতা- ৫৪ শতাংশ৷
বতাহ- ৬ কিঃমিঃ প্ৰতি ঘন্টাত৷

৩. লখিমপুৰঃ
তাপমান- ৩০ ডিগ্ৰী চেলচিয়াছ৷
আদ্ৰতা- ৪৭ শতাংশ৷
বতাহ- ৬ কিঃমিঃ প্ৰতি ঘন্টাত৷

৪. যোৰহাটঃ
তাপমান- ৩০ ডিগ্ৰী চেলচিয়াছ৷
আদ্ৰতা- ৪৮ শতাংশ৷
বতাহ- ৬ কিঃমিঃ প্ৰতি ঘন্টাত৷

৫. কলিয়াবৰঃ
তাপমান- ২৭ ডিগ্ৰী চেলচিয়াছ৷
আদ্ৰতা- ৫০ শতাংশ৷
বতাহ- ৬ কিঃমিঃ প্ৰতি ঘন্টাত৷