মহানগৰীত পুনৰ ফুটিল পানী যোগান আঁচনিৰ পাইপ

মহানগৰীত পুনৰ ফুটিল GMCৰ পানী যোগান আঁচনিৰ পাইপ।

author-image
Asomiya Pratidin
New Update
লাহৰীঘাটত ৫ টাকৈ ঘৰ ভস্মীভূতঃ ফায়াৰ বিগ্ৰেডলৈ শিল নিক্ষেপ...

  • মহানগৰীত পুনৰ ফুটিল GMCৰ পানী যোগান আঁচনিৰ পাইপ।

  • পাণবজাৰ পানী টেংকীৰ সমীপত ফুটিল পানীৰ পাইপ।

  • পানীৰ পাইপ ফুটি প্লাৱিত মতিলাল নেহৰু পথ।

  • ইয়াৰ পূৰ্বেও কেইবাবাৰো মহানগৰীত পানীৰ পাইপ ফুটি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল।

  • তথাপিও গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ।

  • বাতৰি লিখাৰ পৰলৈকে কোনো হতাহতিৰ খবৰ পোৱা নাই।

guwahati