New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/nirbason-2019.jpg)
- ৰাজ্যত অভাৱনীয় হাৰত ভোটাৰে সাব্যস্ত কৰিছে ভোটাধিকাৰ।
- প্ৰখৰ ৰ'দ আৰু প্ৰচণ্ড গৰমকো নেওচি সাব্যস্ত কৰিছে ভোটাৰে।
- বিশ্বনাথ বিধানসভা সমষ্টিত দিনৰ ১ বজালৈ সম্পন্ন হোৱা ভোটদানৰ হাৰ হৈছে ৫৮.৮৩ শতাংশ।
- বিহালীত সম্পন্ন হৈছে ৫৯.১৯ শতাংশ ভোটদান।
- তেজপুৰ লোকসভা সমষ্টিত দিনৰ ১ বজালৈ সাব্যস্ত হৈছে মুঠ ৫৯ শতাংশ ভোটদান।
- সমষ্টিটোত বিজেপি আৰু কংগ্ৰেছৰ মাজত চলিছে নিৰ্বাচনী যুঁজ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us