New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/agrani-new-election-2019-face-pic.jpg)
- মঙলবাৰে অসমৰ ৪ লোকসভা সমষ্টিত অনুষ্ঠিত হৈ যায় তৃতীয় পৰ্যায়ৰ নিৰ্বাচন।
- সন্ধিয়া ৭ বজালৈকে ধুবুৰী সমষ্টিৰ অন্তৰ্গত গোৱালপাৰাত মুঠ ৮৭.২৯ শতাংশ ভোটদান হয়।
- ৩৬নং দুধনৈত সন্ধিয়া ৭ বজালৈকে ভোটদানৰ হাৰ ৮৫.১২ শতাংশ।
- ৩৭নং পূৱ গোৱালপাৰাত ৮৬.৬৩ শতাংশ ভোটদানৰ হাৰ।
- ৩৮নং পশ্চিম গোৱালাপাৰত সন্ধিয়া ৭ বজালৈকে সাব্যস্ত হয় ৮৯.৭৮ শতাংশ ভোটাধিকাৰ।
- ৩৯নং জলেশ্বৰত ভোটদানৰ হাৰ হৈছে ৮৮.৩৪ শতাংশ।
- ইফালে সন্ধিয়া ৭ বজালৈকে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভোটদানৰ হাৰ ৭৭.৩৮ শতাংশ।
- সমষ্টিটোৰ ২৮নং গোসাঁইগাঁৱত ৭৩.৮ শতাংশ ভোটদান।
- ২৯নং পশ্চিম কোকৰাঝাৰত ৭৫.৪ শতাংশ ভোটগ্ৰহণ।
- ৩০নং কোকৰাঝাৰ পূবত সন্ধিয়া ৭ বজালৈকে ভোটদানৰ হাৰ ৮১.২ শতাংশ।
- ৩১নং চিডলীত ৭৫.১২ শতাংশ ভোটাধিকাৰ সাব্যস্ত।
- ৩৩নং বিজনীত ৮২.৩ শতাংশ।
- ৫৮নং তামুলপুৰত সন্ধিয়া ৭ বজালৈ ভোটদানৰ হাৰ ৭৩ শতাংশ।
- ৬২নং বৰমাত ৭৭ শতাংশ ভোটগ্ৰহণ সম্পন্ন।
- ৬৩নং চাপৰগুৰিত ৭৬ শতাংশ ভোটদান সন্ধিয়া ৭ বজালৈ।
- একে সময়ত সৰভোগত ভোটদানৰ হাৰ ৮৩ শতাংশ।
- ভৱানীপুৰত ৭৭.৩ শতাংশ ভোটগ্ৰহণ সম্পন্ন হয় ৭ বজালৈ।