তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৫ বজালৈকে অসমৰ ৪ সমষ্টিত ভোটদানৰ হাৰ ৭১.৪৭ শতাংশ

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৫ বজালৈকে অসমৰ ৪ সমষ্টিত ভোটদানৰ হাৰ ৭১.৪৭ শতাংশ

author-image
asomiyapratidin
New Update
ধুবুৰীৰ ৫টা, দক্ষিণ শালমাৰা মানকাচৰৰ ৩টা আৰু কোকৰাঝাৰৰ ২ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ পোলিং বিষয়া ৰাওনা

  • সন্ধিয়া ৫ বজা পৰ্যন্ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যৰ ৪ সমষ্টিত ৭১.৪৭ শতাংশ ভোটদান।
  • ইয়াৰে সৰ্বাধিক ভোটদান হৈছে ধুবুৰীত।
  • সমষ্টিটোত ৫ বজা পৰ্যন্ত ৭৯.৫৮ শতাংশ লোকে সাব্যস্ত কৰিলে ভোটদান।
  • মানকাচৰ বিধানসভা সমষ্টিত ৮১ শতাংশ লোকৰ ভোটদান।
  • দক্ষিণ শালমৰাত ভোটদানৰ হাৰ ৮৪ শতাংশ।
  • ধুবুৰী বিধানসভা সমষ্টিত ৭৭ শতাংশ লোকে সাব্যস্ত কৰিলে ভোটদান।
  • গৌৰীপুৰ, গোলকগঞ্জত ভোটদানৰ হাৰ ক্ৰমে- ৭৮ শতাংশ আৰু ৭৪.৫ শতাংশ।
  • পশ্চিম বিলাসীপাৰাত ৫ বজালৈকে ৭৭ শতাংশ লোকৰ ভোটদান।
  • পূব বিলাসীপাৰাত উক্ত সময়লৈকে ভোটদানৰ হাৰ ৭৮ শতাংশ।
  • পূব গোৱালাপাৰা, পশ্চিম গোৱালপাৰা আৰু জলেশ্বৰত ভোটদানৰ হাৰ ক্ৰমে- ৮৩.৯৫ শতাংশ, ৮২.৬০ শতাংশ আৰু ৭৯.৮৫ শতাংশ।
  • কোকৰাঝাৰ লোকসভা সমষ্টিত ৫ বজালৈকে ভোটদানৰ হাৰ আছিল ৭০.৩১ শতাংশ।
  • বৰেপেটা লোকসভা সমষ্টিত ৫ বজালৈকে ভোটদান সাব্যস্ত কৰিছে ৭২.৪৭ শতাংশ লোকে।
  • গুৱাহাটী লোকসভা সমষ্টিত ৪টা সমষ্টিৰ ভিতৰত সৰ্বনিম্ন ভোটদানৰ হাৰ।
  • সমষ্টিটোত ৫ বজালৈকে ভোটদান কৰে ৬৮.২৮ শতাংশ লোকে।