New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/election-agrani.jpg)
- প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত।
- ছিকিমত ১১ বজালৈ ৪১% লোকৰ ভোটদান।
- ডিব্ৰুগড়ত ২১.০৩%ৰ ভোটাধিকাৰ সাব্যস্ত।
- তিনিচুকীয়াত ১৬.১১% লোকৰ ভোটদান।
- তেজপুৰ লোকসভা সমষ্টিত ১১ বজালৈকে ভোটদানৰ সংখ্যা প্ৰায় ২৩ শতাংশ।
- খুমটাই বিধানসভা সমষ্টিত ৩৯ শতাংশ।
- গোলাঘাট বিধান সভা সমষ্টিত ৪০ শতাংশ।
- ডেৰগাঁৱত ৪২ শতাংশ।
- সৰুপথাৰত ৪৫ শতাংশ ।
- বোকাখাটত ৩৮ শতাংশ।