New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/nirbason-2019.jpg)
- ডিব্ৰুগড়ত বিয়লি ৫ বজালৈকে ৭১ শতাংশ ভোটদান।
- যোৰহাটত বিয়লি ৫ বজালৈকে ভোটদানৰ হাৰ ৭০ শতাংশ।
- লখিমপুৰত বিয়লি ৫ বজালৈকে ভোটদানৰ হাৰ ৬৯ শতাংশ।
- তেজপুৰত বিয়লি ৫ বজালৈকে ভোটদানৰ হাৰ ৭৩ শতাংশ।
- কলিয়াবৰত বিয়লি ৫ বজালৈকে ভোটদানৰ হাৰ ৭২ শতাংশ।
- অসমৰ প্ৰথম পৰ্যায়ৰ ৫টা সমষ্টিৰ মুঠ ভোটদানৰ হাৰ ৭১ শতাংশ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us