অসম মুখ্য-পৃষ্ঠা পুৱা ৮বজাৰ পৰা মাজুলীৰ লগতে ৫খন ৰাজ্যৰ ভোটগণনা আৰম্ভ পুৱা ৮বজাৰ পৰা মাজুলীৰ লগতে ৫খন ৰাজ্যৰ ভোটগণনা আৰম্ভ asomiyapratidin 10 Mar 2022 08:08 IST Follow UsNew Updateপুৱা ৮ বজাৰ পৰা আৰম্ভ মাজুলীৰ উপ-নিৰ্বাচনৰ ভোটগণনা।পুৱা ৮বজাৰ পৰা আৰম্ভ ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা।গোৱা, পঞ্জাৱ, উত্তৰাখণ্ড,উত্তৰ প্ৰদেশ,মণিপুৰত আৰম্ভ ভোটগণনা।পোষ্টেল বেলেটৰে আৰম্ভ ভোটগণনা প্ৰক্ৰিয়া। assam majuli uttar pradesh manipur uttarakhand punjab goaআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক