New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/election-plate.jpg)
- পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ'ব ভোটগণনা।
- ৫টাকৈ ভিভিপেট পৰীক্ষাৰ ব্যৱস্থা এইবাৰ।
- প্ৰথমবাৰৰ বাবে ইভিএমৰ সৈতে সংযোগ কৰা হৈছিল ভিভিপেট।
- ভোটগণনাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ ৰাজ্যজুৰি।
- অসমৰ ৫১টা কেন্দ্ৰত হ'ব ভোটগণনা।
- ১৪৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ইভিএমে।
- দেশত ৫৪২খন লোকসভা আসনৰ বাবে হৈছিল নিৰ্বাচন।
- এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা মুঠ প্ৰাৰ্থীৰ সংখ্যা ৮০৪০গৰাকী।
- ১১ এপ্ৰিলৰ পৰা ১৯ মে'লৈ অনুষ্ঠিত হৈছিল ৭টা পৰ্যায়ত লোকসভা নিৰ্বাচন।
- ভোটগণনা কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা।
- পশ্চিমবংগ, ত্ৰিপুৰা, উত্তৰপ্ৰদেশক লৈ অধিক সতৰ্ক কেন্দ্ৰ।