New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/c4646fdc-93e6-4bbf-b2c4-398aceb67584.jpg)
- ধুবুৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ ভোটাধিকাৰ সাব্যস্ত।
- সাধাৰণ ভোটাৰৰ লগত শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ।
- 'ধুবুৰীত আমাৰ ফলাফল চমকপ্ৰদ হ'ব'।
- 'আমি বিশাল ভোটৰ ব্যৱধানত জয়লাভ কৰাটো নিশ্চিত।'
- 'ধুবুৰী সমষ্টিবাসীয়ে মোক আঁকোৱালি লৈছে।'
- ভোটদান কৰি এই মন্তব্য কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us