/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/e6d81c8b-b9bd-4872-8fbb-981f8d4867b2/viswakarma_puja.jpg)
ডিজিটেল ডেস্ক : বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাথো কেইটামান দিন বাকী। অহা ১৭ ছেপ্টেম্বৰত বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা। এতিয়া মৃণ্ময় মূৰ্তি নিৰ্মাণত ব্যস্ত মৃৎ শিল্পীসকল।
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া মৃৎ শিল্পী সকল ব্যস্ত হৈ পৰিছে মূৰ্তি নিৰ্মাণত। গণেশ পূজাৰ পাছতেই আৰম্ভ হয় শাৰদীয় উৎসৱ। সময় মতে বিশ্ব কৰ্মাৰ মূৰ্তি সাজি উলিয়াবলৈ তৎপৰ মৃৎ শিল্পীসকল।