/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/2835a048-b523-43bd-bd7b-de412ba7c995/download.jpg)
-
কলিয়াবৰৰ কুঢ়িমাৰীৰ গাঁওবুঢ়াক নিলম্বন
-
নিলম্বিত গাঁওবুঢ়াজন গোলাপ শইকীয়া
-
কাৰ্যালয়ক বিপথে পৰিচালিত কৰাৰ অভিযোগত নিলম্বন চক্র বিষয়াৰ
-
মৃত ব্যক্তিৰ চহী জালিয়াতিৰে মাটিৰ নামজাৰি কৰাৰ অভিযোগ
-
গৰৈমাৰী কিচামতৰ এডোখৰ ভূমিৰ বাবে এটা চক্রক সহযোগ কৰিছিল
-
চাৰিজন মৃত ব্যক্তিকে ধৰি মুঠ ১৩জন পট্টাদাৰৰ চহী জালিয়াতি