কলিয়াবৰৰ কুঢ়িমাৰীৰ গাঁওবুঢ়াক নিলম্বন

কলিয়াবৰৰ কুঢ়িমাৰীৰ গাঁওবুঢ়াক নিলম্বন
  • কলিয়াবৰৰ কুঢ়িমাৰীৰ গাঁওবুঢ়াক নিলম্বন

  • নিলম্বিত গাঁওবুঢ়াজন গোলাপ শইকীয়া

  • কাৰ্যালয়ক বিপথে পৰিচালিত কৰাৰ অভিযোগত নিলম্বন চক্র বিষয়াৰ

  • মৃত ব্যক্তিৰ চহী জালিয়াতিৰে মাটিৰ নামজাৰি কৰাৰ অভিযোগ

  • গৰৈমাৰী কিচামতৰ এডোখৰ ভূমিৰ বাবে এটা চক্রক সহযোগ কৰিছিল

  • চাৰিজন মৃত ব্যক্তিকে ধৰি মুঠ ১৩জন পট্টাদাৰৰ চহী জালিয়াতি

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in