/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/6ca35a2c-e93f-432c-bf8d-7a6e07c9a41c/AP_FOR_WEB_vijay.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ন্যায়াধীশ বিজয় বিষ্ণইক। ২ ফেব্ৰুৱাৰীত এক জাননীৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে এই বিষয়ে অৱগত কৰিছে।
ন্যায়াধীশ বিজয় বিষ্ণই ইয়াৰ পূৰ্বে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে আছিল। ন্যায়াধীশগৰাকীৰ নিযুক্তিত অনুমোদন জনাইছে কেন্দ্রীয় আইন মন্ত্র্যালয়ে।
Also Read: আজিৰে পৰা তিনিদিনীয়াকৈ ড° শাসনবংশ মহাথেৰাৰ "পয় লেং" উৎসৱ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us